ফণীয়ে প্ৰাণ কাঢ়িলে ৫ জন লোকৰ

 05/04/2019 - 14:17

ডিজিটেল ডেস্কঃ ওড়িশাত সাগৰীয় ঘূৰ্ণিবতাহ ফণীৰ তাণ্ডৱ। ওড়িশা চৰকাৰে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থাগ্ৰহণ কৰাৰ পাছতো ফণীয়ে প্ৰাণ কাঢ়িলে ৫ জন লোকৰ।

সমগ্ৰ ৰাজ্যখনৰ বহু অঞ্চলতে বিস্তৰ ক্ষতিসাধন হৈছে। বহুলোকক চৰকাৰে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।