হাইস্কুল শিক্ষান্ত পৰীক্ষাত গৌৰৱ কঢ়িয়াই আনিছে আব্দুল মজিদ আলী

 06/06/2020 - 13:36
 
 
নিউজ ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আব্দুল মজিদ আলীয়ে ৫ টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৬ পাইছে। ছাত্ৰজনৰ উজ্জল ভৱিষ্যত কামনা কৰিলো। এনে বাৰ্তাই হতাশগ্ৰস্থ অজস্ৰজনক জীৱনলৈ পোহৰ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।