মাছ-মাংস, শাক-পাচলি বিক্ৰীৰ ক্ষেত্রত প্ৰযোজ্য হ'ব অনুজ্ঞাপত্রৰ

 06/12/2020 - 15:44

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত মাছ-মাংস, শাক-পাচলি বিক্ৰীৰ ক্ষেত্রত কঠোৰ হৈছে কামৰুপ জিলা প্ৰশাসন এতিয়াৰ পৰা অনুজ্ঞাপত্র অবিহনে বিক্ৰী কৰিব নোৱাৰিব উক্ত সামগ্ৰীসমূহ মাছ, মূৰ্গী আৰু ছাগলীৰ মাংস বিক্ৰীৰ ক্ষেত্রত বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি ল'ব লাগিব বিক্ৰেতাই।অনুমতিবিহীনভােৱে বিক্ৰী কৰিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰশাসনে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।