শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চেনিটাইজেচন

 06/13/2020 - 17:13

শিৱসাগৰ: আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত চেনিটাজেচনৰদ্দেশ্যে উপস্থিত হয় শিৱসাগৰৰ চিকিৎসকৰ এটা দল। ডাক্তৰ ৰাজদ্বীপ নাথৰ তত্ত্বাৱধানত লোৱা এই পদক্ষেপত উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ বর্হিভাগৰ লগতে অন্তৰ্ভাটো চেনিটাজেচন কৰা হয়। 

উক্ত চেনিটাজেচ মূলত চাৰিটা পদ্ধতিৰে কৰা হয়, তাৰে এটা হৈছে এৰিয়েল ফিউৰমিকেঞ্চন, যাৰ সহায়ত বতাহত এটা ৰাসায়নিক পদাৰ্থ এৰি দিয়া হয় যাতে কোঠাৰ ভিতৰৰ চাৰিওফালৰ বতাহ বিশুদ্ধিকৰণ হৈ পৰে। 
এৰষ্ক'স্প্রে, মেনুৱেল চেনিটাজেচন আৰু ইউবিলাইট চেনিটাজেচন

এই চাৰিওটা বিভাগৰ চেনিটাজেচন আজি উপায়ুক্তৰ কাৰ্যালয়ৰ পৰাই শুভ আৰম্ভণি কৰা হৈছে। চেনিটাইজাইচনৰ আৰম্ভণি।
এই বিশেষ চাৰিটা চেনিটাজেশ্যনৰ সহায়ত ক'ভিড ১৯ ৰ ৰোগৰ বীজানুৰ সংক্ৰমণৰ প্রক্রিয়াটোৰ পৰা যথেষ্ট পৰিমাণে পৰিত্ৰাণ পাব পৰা যাব বুলি চিকিৎসকল আশাবাদী। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।