অসম অলিম্পিক সন্থাৰ নিৰ্দেশকলৈ প্ৰতিক্ৰিয়া ‘উকা’ৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ

 07/05/2020 - 16:21

 

 


বৰপেটাঃ অসম অলিম্পিক সন্থাৰ এক নিৰ্দেশকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউনাইটেড কাৰাটে ড' সন্থা, অসম চমুকৈ "উকা"ৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হাচমত আলীয়ে৷ "উকা"ৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰে যে, অসম অলিম্পিক সন্থাই প্ৰতিখন জিলা ক্ৰীড়া সন্থালৈ প্ৰেৰণ কৰা নিৰ্দেশ অনুসৰি নতুনকৈ কাৰাটে সন্থাৰ জিলা সমিতি গঠন কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ অসম অলিম্পিক সন্থাৰ এই নিৰ্দেশ অসাংবিধানিক বুলি মন্তব্য কৰে "উকা"ৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক গৰাকীয়ে।
          

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।