নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক প্ৰবীণ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ অভিনেতা উদয় শংকৰ শইকীয়াৰ দেহাৱসান

 08/02/2020 - 17:57

 

নিউজ ডেস্কঃ নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক প্ৰবীণ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ অভিনেতা উদয় শংকৰ শইকীয়াৰ দেহাৱসান। বাণথিয়েতাৰ, অসম সাহিত্য সভা , তেজপুৰ সাহিত্য সভা, শোণিতপুৰ প্ৰেছ ক্লাবৰ গভীৰ শ্ৰদ্ধাঞ্জলি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।