ডিগবৈত পথৰ কাষত এটা মৃত বনৰীয়া হাতী উদ্ধাৰ, নিশ্চিত হোৱা নাই মৃত্যুৰ কাৰণ

 09/03/2020 - 17:06

 

ডিগবৈঃ ডিগবৈত ৰামনগৰৰ ৩৮ নং ৰাষ্টীয় পথৰ কাষত এটা বনৰীয়া হাতীৰ মৃত্যু৷ নিশা বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই আহি মৃত্যু হয় হাতীটো৷ মৃত্যুৰ কাৰণ নিশ্চিত হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।