বলেৰ' পিকআপ বাহনে মহতিয়ালে পথচাৰীক

 05/14/2019 - 19:36

পুৰণিগুদামঃ নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাঁৱত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। গুড় কঢ়িওৱা বলেৰ' পিকআপ বাহনে মহতিয়ালে পথচাৰীক।

দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে এহাল যুৱক-যুৱতী। চিনাক্ত হোৱা নাই আহত লোক দুজনৰ পৰিচয়।আহত দুজনক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।