দশম স্থান লাভ গোলাঘাটৰ অচ্যুতৰ

 05/15/2019 - 13:55

ডিজিটেল ডেস্ক: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দশম স্থান লাভ কৰিলে গোলাঘাটৰ অচ্যুত কুমাৰ চেতিয়াই। অচ্যুত গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰ । গোলাঘাট দ-গাঁৱৰ বাসিন্দা অচ্যুতৰ পিতৃ কোষেশ্বৰ চেতিয়া গোলাঘাট আদালতৰ কৰ্মচাৰী। মাতৃ পদুমী চেতিয়া এগৰাকী সু-গৃহিণী।

ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে অচ্যুতে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।