লছিমা মানৱজ্যোতি ক্লাৱৰ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত বিজয়ী দলৈতলা নয়নজ্যোতি স্পোৰ্টচ ক্লাৱ

 10/18/2020 - 18:52

 

 নিউজ ডেস্কঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লছিমাত মানৱজ্যোতি ক্লাৱে আয়োজিত কৰা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজি চুৰান্ত খেলখন অনুষ্ঠিত হৈ যায়। বিধায়ক নাৰায়ণ ডেকাই উদ্বোধন কৰা চুৰান্ত খেলখনত বামুণবড়ী মূলাঘাটা মিলন সংঘ আৰু দলৈতলা নয়ণজ্যোতি স্পোৰ্টচ ক্লাৱৰ মাজত অনুষ্ঠিত হৈছিল। তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত দলৈতলা নয়ণজ্যোতি স্পোৰ্টচ ক্লাৱে ৩-১ গলৰ ব্যৱধানত বিজয়ী হয়। বিধায়ক নাৰায়ণ ডেকাৰ সহিতে খেলখন উপভোগ কৰে বহুকেইজন বিশিষ্ট লোক তথা ফুটবল অনুৰাগী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।