10/21/2020 - 14:12
in

ডিগবৈঃ তৈল নগৰী ডিগবৈত ড্ৰাগছ সেৱনকাৰী যুৱক আটক। ডিগবৈত নিশা ছয় ড্ৰাগছ সেৱনকাৰী যুৱকক আটক। ডিগবৈ আঞ্চলি মৰাণ ছাত্ৰ সন্থাৰ সদস্যসকলে আটক কৰি ডিগবৈ আৰক্ষীক গতাই দিয়ে। জানিব পৰামতে ডিগবৈ গান্ধী মৈদানৰ সমিপৰ আন্ধাৰৰ সুযোগ লৈ ড্ৰাগছ সেৱন কৰিছিল। ছাত্ৰ সংগঠনটোৱে জানিবলৈ দিয়ামতে তিনিচুকীয়া জিলাখনত ডিগবৈৰ লগতে পেঙেৰি/বৰডুমা মাঘেৰিটাত দ্ৰাগছ ব্যৱসায় এটা চক্ৰই গা লৈ উঠিছে। এতিয়া প্ৰশ্ন হয় কেতিয়া জালত পৰিব ৰৌ বৰালী।