ডিব্ৰুগড়ত আছু কর্মীয়ে অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ

 05/16/2019 - 13:46

ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ। দুলিয়াজানত আছু কৰ্মীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।

পুৱা ৬ বজাৰ পৰা বিশ্ববিদ্যালয় আছু গোটৰ শতাধিক কর্মীয়ে অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। আছুৰ পথ অৱৰোধৰ ফলত আবদ্ধ হৈ পৰিছে বহু লোক আৰু যানবাহন।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।