ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বটদ্ৰৱাতো মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

 01/08/2021 - 18:20
 
 
 
বটদ্ৰৱাঃ পদুলি মুখত অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাতো  জীয়ৰী, বোৱাৰী সকলোৱে পিঠা বনাই আনন্দ ফূৰ্তি কৰি মাঘ বিহুক আদৰিবলৈ সাজু হৈ পৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।