নামফাই আৰু পাহাৰপুৰত লাইকা-দধিয়া বাসীক চৰকাৰে সংস্থাপন দিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত টিৰাপ মৌজাৰ ৰাইজৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী

 02/16/2021 - 21:16
 
 
 
নিউজ ডেস্কঃ লাইকাবাসীক নামফাইত সংস্থাপনৰ বিৰোধীতাৰে পুনৰ উত্তপ্ত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। নামফাই বাসী ৰাইজ তথা দল সংগঠনৰ প্ৰতিবাদত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল। আজি চাৰি দিন ধৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্র অঞ্চলটো। কোনো ধৰণৰ সমাধান সূত্ৰ উলিয়াব পৰা নাই প্ৰশাসন তথা চৰকাৰে। পৰিস্থিতি অধিক ভয়াবহ হৈ উঠাৰ সম্ভাৱনা প্ৰকট।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.