ভাৰতত ২৪ ঘণ্টাত ক’ৰণাত মৃত্যু ৩৪১৭ গৰাকীৰ

 05/03/2021 - 13:39

 

নিউজ ডেস্ক: ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ক'ভিড-১৯ য়ে ভয়াবহ ৰূপ লৈছে৷ ২৪ ঘণ্টাত ভাৰতত কৰণাত মৃত্যু ৩৪১৭ গৰাকীৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।