অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে ড০ হিমন্ত বিশ্ব শৰ্মাই

 05/10/2021 - 13:55

 


নিউজ ডেস্কঃ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠান। অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱায় নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতে আন কেইবাগৰাকীও মন্ত্ৰীয়েও শপত লয় এই অনুষ্ঠানত। তাৰ পিছতে ফুলৰ থোপাৰে নতুন মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনায় ৰাজ্যপালগৰাকীয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।