দেৰগাঁৱত ৯৭ বছৰীয়া বৃদ্ধ নিৰুদ্দেশ

 07/12/2021 - 13:04

 

 


গোলাঘাটঃ দেৰগাঁও থানাৰ অন্তৰ্গত দেৰগাঁও ৩নং গেট অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ী ৯৭ বছৰীয়া টুপিৰাম বৰাৰ নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ অঞ্চলতে চেপা উত্তেজনা বিৰাজ কৰিছে৷ আজি দুমাহৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। তেখেতৰ পুত্ৰ-বোৱাৰী তথা আত্মীয় হতাশাত ভাঙি পৰিছে। কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ হৈ থকা টুপিৰাম বৰাক দেখা পায় তেন্তে পৰিয়াল বৰ্গক 97064 71935 নাম্বাৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।