07/22/2021 - 14:26
in

যোৰহাটঃ ভাৰত হাৰ্ডৱেৰ আৰু উষা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে৷ বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা নাই৷ চৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে৷ যোৰহাট, ONGC, টীয়কৰ পৰা অগ্নি নিৰ্বাপনৰ বাহন আহি জুই নুমোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে জুই নুমোৱাবলৈ সক্ষম হোৱা নাই৷