মানৱতাৰ সুন্দৰ নিৰ্দশন দাঙি ধৰিলে হোজাইৰ এটা হিন্দু পৰিয়ালেঃ নিশা পথৰ পৰা তুলি আনি আশ্ৰয় দিলে এগৰাকী অসহায় মুছলমান যুৱতীক

 07/26/2021 - 12:25
 
 
 
 
 
লংকাঃ সাম্প্ৰতিক সময়ত হিন্দু মুছলমানৰ সাম্প্ৰদায়িকতাক উৰ্ধত ৰাখি হোজাইৰ নন্দলালপুৰৰ সমীৰ দাস নামৰ হিন্দু পৰিয়ালটোৱে দেখুৱাইছে মানৱতাৰ এক সুন্দৰ নিদৰ্শন। নিশা প্ৰায় এক মান বজাত ৰাজপথত অকলশৰে ঘূৰি ফুৰা এগৰাকী অসহায় মুছলমান যুৱতীক নিজ ঘৰত আশ্ৰয় দি দেখুৱাইছে এক মানৱতাৰ নিদৰ্শন।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।