শোণিতপুৰ জিলাৰ বালিপৰাৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগৰ অভিযানঃ চুলাই ঘাটি উৎখাত

 07/27/2021 - 12:22
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ বালিপৰাৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগে আজি পুৱাই অভিযান চলাই চুলাই ঘাটি উৎখাত কৰাৰ লগতে বহু পৰিমাণৰ চুলাই মদ ধ্বংস কৰে৷ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত চাৰিদুৱাৰ আৰক্ষী থানা আৰু আবকাৰী বিভাগে অভিযান চলাই প্ৰায় ৩০০০ লিটাৰ চুলাই বনোৱা গেলা পাছৰ লগত ১০০০ লিটাৰ চুলাই নষ্ট কৰাৰ আৰু বহুকেইটা মদৰ ঘাটি উৎখাত কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।