প্ৰকৃতিৰ ৰম্যভূমিত পৰিণত হিমাচল প্ৰদেশ

 03/12/2019 - 14:30

ডিজিটেল ডেস্কঃ প্ৰত্যেক বছৰৰ দৰে এইবাৰো হিমাচল প্ৰদেশ সাজু হৈছে দেশী-বিদেশী পৰ্য্যটকক আকৰ্ষণ কৰিবলৈ৷ অনন্য প্ৰকৃতিৰ অনুপম শোভাৰে জিলিকি উঠিছে হিমাচল৷ বগা বৰফে সু-শোভিত কৰি সৃষ্টি কৰিছে এক নৈসৰ্গিক সৗেন্দৰ্য৷ গছ-বিৰিখত পৰিছে শুভ্ৰ আচ্ছাদন,যেন বৰফৰ মেলা৷

এনে পৰিবেশে মানৱ ভূমিত ৰূপ দিছে এক সৰগীয় অনুভূতি৷ এই সৗেন্দৰ্য উপভোগ কৰিবলৈ আগমন ঘটিছে পৰ্যটকৰ, পূৰ্বৰ দৰে এইবাৰো অধিক পৰ্যটক আশা কৰিছে হিমাচলবাসীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।