কামপুৰৰ কচুৱাৰ কান্দাপাৰাত বন বিভাগৰ অভিযানঃ চেগুন গছ জব্দ

 10/29/2021 - 19:15
 
 
 
কামপুৰঃ কামপুৰৰ কচুৱাৰ কান্দাপাৰাত বন বিভাগৰ অভিযান। ৰাইজৰ অভিযোগৰ ভিত্তিত বন বিভাগৰ এই অভিযান। অভিযানত বহু মূল্যবান চেগুন গছ জব্দ। কান্দাপাৰা গাঁৱৰ কেইজনমান লোকে কান্দাপাৰা পাহাৰৰ পৰা চেগুন গছবোৰ কাটি আনি লুকুৱাই ৰাখিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।