বৰপেটা আৰক্ষীৰ অভিযানঃ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক

 11/05/2021 - 17:22
 
 
 
বৰপেটাঃ বৰপেটাৰ নগাঁও-সৰ্থেবাৰীৰ পথৰ পৰা ড্ৰাগছ ব্যৱসায়ীক দুজনক গ্ৰেপ্তাৰ৷ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে বৰপেটা আৰক্ষীৰ অভিযান৷ বৰপেটা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ ব্যৱসায়ী৷
 
বৰপেটাৰ নগাঁও-সৰ্থেবাৰীৰ পথত অভিযান চলাই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী জাবেদ মিয়া আৰু চাফিকুল মিয়াক৷ ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা আৰক্ষীয়ে ৩০টা সন্দেহজনক ব্ৰাউন চুগাৰ ভৰ্তি জব্দ কৰিবলৈ সক্ষম হৈছে৷ জাবেদ মিয়া আৰু চাফিকুল মিয়া ড্ৰাগছলৈ মটৰচাইকেলত নগাঁৱলৈ অহাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক নগাঁও সৰ্থেবাৰী পথত আটক কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।