অমিক্ৰ’নত আক্ৰান্ত হৈ দেশত প্ৰথমজন লোকৰ মৃত্যু

 12/31/2021 - 14:43
 
 
নিউজ ডেস্কঃ অমিক্ৰ’নত আক্ৰান্ত হৈ দেশত প্ৰথমজন লোকৰ মৃত্যু। উদয়পুৰত ৭৫ বছৰীয়া এজন লোকৰ মৃত্যু। উদয়পুৰৰ ভূপাল হাস্পতালত চিকিৎসা চলি আছিল লোকজনৰ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।