দীপিকা পাডুকনৰ জন্মদিনত মুকলি গহৰাইয়া ছবিখনৰ পোষ্টাৰ

 01/05/2022 - 14:39
 
 
নিউজ ডেস্কঃ দৰ্শকে আগ্ৰহেৰে ৰৈ থকা দীপিকা পাডুকনৰ গহৰাইয়া ছবিখনৰ ৬ টা পোষ্টাৰ মুকলি। শকুন বত্ৰাৰ নিৰ্দেশত বনোৱা এই ছবিখনৰ আকৰ্ষণীয় পোষ্টাৰ ছবিখনৰ নায়িকা দীপিকা পাডুকনৰ জন্মদিনত মুকলি কৰে। পোষ্টাৰ খনত দীপিকা পাডুকন আৰু সিদ্ধাৰ্থ চতুৰ্বেদীৰ দৃশ্যই দৰ্শকৰ মন মোহিত কৰিছে। আমেজন প্ৰাইমত এই ছবিখন উপভোগ কৰিব পাৰিব দৰ্শকসকলে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।