আজব কাণ্ডঃ এটা, দুটা নহয় ককাই ল'লে ১১টা ভেকচিন, ১২ নম্বৰ ভেকচিন ল’বলৈ গৈ ধৰা পৰিল ককা

 01/06/2022 - 17:14
 
 
 
নিউজ ডেস্কঃ এটা দুটা নহয় ককাই ল'লে ১১টা ভেকচিন। ১১ টা ভেকচিনৰ পিছত ককাই ভাল পালে ককাঁলৰ বিষ। ১২ নম্বৰ ভেকচিন লবলৈ গৈ ধৰা পৰিল ককা। বিহাৰত সংঘটিত এই আজব কাণ্ড।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।