বাহুবলীৰ কট্টাপা খ্যাত অভিনেতা সত্যৰাজৰ দেহত ক’ভিড-১৯ পজিটিভ

 01/09/2022 - 13:28
 
 
 
নিউজ ডেস্কঃ ক’ৰণাত আক্ৰান্ত বাহুবলীৰ কট্টাপা খ্যাত অভিনেতা সত্যৰাজ। ৬৭বছৰীয়া অভিনেতাগৰাকীয়ে নিজে সদৰি কৰিছে এই তথ্য।
এখন ব্যক্তিগত হস্পাতালত ভৰ্তি কৰা হৈছে অভিনেতাগৰাকীক। বৰ্তমান স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে অভিনেতাগৰাকীৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।