কণ্ঠশিল্পী অৰজিত সিঙৰ দেহত ক’ভিড-১৯ পজিটিভ

 01/09/2022 - 15:26
 
 
নিউজ ডেস্কঃ ক’ৰণাৰ ভয়ংকৰ ৰূপ। কণ্ঠশিল্পী অৰজিত সিং আক্ৰান্ত হৈছে ক’ৰণাত। ছচিয়েল মিডিয়াযোগে সদৰি কৰিলে এই কথা।
ইফালে শিল্পী দেৱজিত সাহাও আক্ৰান্ত হৈছে ক’ৰণাত।ব ৰ্তমান হোম কোৱাৰেন্টাইনত আছে দুয়োগৰাকী কন্ঠশিল্পী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।