ছলমান খানৰ বৰ্তমান প্ৰেয়সী কোন? কেটক পাহৰিবলৈ পুনৰ প্ৰেমত পৰিছে ছলমান খান...

 01/18/2022 - 17:30
 
 
নিউজ ডেস্কঃ ছলমান খানৰ বৰ্তমান গাৰ্লফ্ৰেণ্ড ছামান্থা লকউড। অৱশ্যে এই বিষয়ে ছামান্থা অথবা ছলমান খানৰ পৰা কোনো ধৰণৰ স্পষ্ট ইংগিত পোৱা নাই। ছামান্থা লকউড আমেৰিকাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ বাসিন্দা ছামান্থা লকউড। ষ্টাৰ ট্ৰেকৰ আইকন গ্ৰে লকউডৰ জীয়ৰী। Hawaii Five-0ত প্রশংসিত হৈছিল ছামান্থাৰ অভিনয়। তাত Cindy Pattersonৰ ভূমিকাত অভিনয় কৰিছিল ছামান্থাই। তাৰ পৰাই জনপ্রিয়তা অর্জন কৰিছিল। শুনিবলৈ পোৱামতে ছামান্থাই হৈছে চলমান খানৰ বৰ্তমানৰ প্ৰেয়সী। 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।