বিগত ২৪ঘণ্টাত ভাৰতত ক’ৰণাত আক্ৰান্ত ৩লাখ ৬হাজাৰ ৬৪গৰাকী লোক, ৪৩৯ গৰাকীৰ মৃ্ত্যু

 01/24/2022 - 13:15
 
 
নিউজ ডেস্কঃ ভাৰতত বিগত ২৪ঘণ্টাত ক’ৰণাত আক্ৰান্ত ৩লাখ ৬হাজাৰ ৬৪গৰাকী লোক। মৃ্ত্যু হৈছে ৪৩৯গৰাকী লোকৰ।বৰ্তমান দেশত চিকিতসাধীন অৱস্থাত আছে ২২লাখ ৫হাজাৰ লোক। ২৪ঘণ্টাত সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ২লাখ ৪৩হাজাৰ ৪৯৫গৰাকী ৰোগী।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।