আঠগৰাকী পত্নীৰে সংসাৰ থাইলেণ্ডৰ এজন যুৱকৰ, থাকে একেলগে..

 01/31/2022 - 20:07
 
 
নিউজ ডেস্কঃ থাইলেণ্ডৰ যুৱক এজনৰ আঠগৰাকীকৈ পত্নীৰ লগত কৰিছে সুখৰ সংসাৰ। এই ফটো ভাইৰেল হোৱাৰ পিছতে নেটিজেনে প্ৰশ্ন কৰিছে যে, এগৰাকী পত্নীৰ সৈতে থকাই কঠিন হৈ পৰিছে, সেইসময়ত আপোনাৰ এক-দুই নহয় একেবাৰে আঠগৰাকী! ভাবিবই নোৱাৰি! লোকজনৰ নাম ওং ডাম চোৰাট। পেছাত এগৰাকী ট্যাটু শিল্পী। চোৰাটৰ দাবী- আঠগৰাকীকৈ পত্নীৰে তেওঁ সুখেৰে আছে। চোৰাটে লগতে কৈছে যে, তেওঁ প্ৰতিগৰাকী পত্নীৰে ভালদৰে যতন লয়। আৰু পত্নীসকলৰ মাজতো বহু মিলাপ্ৰীতি। সংসাৰত নাই কোনো অশান্তি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।