শপত গ্ৰহণৰ পূৰ্বেই উত্তৰ প্ৰদেশত একাউণ্টাৰ

 03/25/2022 - 14:20

শপত গ্ৰহণৰ পূৰ্বেই  উত্তৰ প্ৰদেশত একাউণ্টাৰ 

আজি শপত গ্ৰহণ কৰিব যোগী আদিত্যনাথৰ চৰকাৰে

শপত গ্ৰহণৰ পূৰ্বেই  উত্তৰ প্ৰদেশৰ মষ্ট ৱাণ্টেড ৰাহুল সিঙক একাউণ্টাৰ 
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰক্ষীয়ে একাউণ্টাৰ কৰে ৰাহুল সিঙক
উত্তৰ প্ৰদেশৰ হছনগংজ এলেকাত ৰাহুল সিং নামৰ এজনক এনকাউণ্টাৰ  আৰক্ষীৰ

ৰাহুল সিঙে আলীগঞ্জৰ সোণ-গহণাৰ দোকানত লুট পাত চলাই হত্যা কৰিছিল দোকানখনত থকা এজন কৰ্মচাৰীক

ৰাহুল সিঙৰ সন্ধান দিওতাক  ১লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে
গোপন সুত্ৰৰ দ্বাৰা হছনগংজ এলেকাত ৰাহুল সিং থকা বূলি জানি 
আৰক্ষীৰ এটা বৃহৎ দলে ঘেৰাও কৰে ৰাহুল সিঙক

ৰাহুল সিঙে নিজক বচাবলৈ আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে আৰু আৰক্ষীৰ তেতিয়া ৰাহুল সিঙৰ ওপৰত  গুলী চালনা কৰে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।