মহৰ পৰা কেনেকৈ বাচিব আপুনি?

 04/06/2022 - 19:44

 


নিউজ ডেস্কঃ মহৰ পৰা কেনেকৈ বাচিব আপুনি। ৫ টা ঘৰুৱা উপায়। ১. নহৰু গুৰি কৰি পানীৰ লগত গৰম কৰি ল’ব আৰু বটলত পানীখিনি ভৰাই ৰুমৰ চাৰিওফালে চিটিয়াই দিব, ৰুমত থকা সকলো মহ গুচি যাব। ২. ৰুমত মহৰ উৎপন্ন হোৱা ঠাইত পাউদাৰ ছটিয়াই দিলে মহৰ কণী মৰি যাব।৩. পদীনাৰ গোন্ধত মহ আতৰি যায়। ৪.মহে আপুনাৰ শৰীৰত নাকামুৰিবলে নীমৰ তেল পানীৰ লগত মিলাই গাত সানিলে মহে আপুনাক নাকামুৰিব। ৫. ছয়াবীনৰ তেল আপুনাৰ শৰীৰত লগাই শুলে আপুনাক মহে নাকামুৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।