প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু-কাশ্মীৰক লৈ ঘোষণা

 04/25/2022 - 13:02
 
 
 
নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু-কাশ্মীৰক লৈ বৃহৎ ঘোষণা। আৰ্টিকল ৩৭০ বাতিলৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো কাশ্মীৰ ভ্ৰমণত বৃহৎ ঘোষণা। 'জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকলে সন্মুখীন হোৱা সমস্যাৰ মুখামুখি হ'ব নালাগে'।জম্মু-কাশ্মীৰৰ উন্নয়নৰ বাবে ২০ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্রকল্পৰ ঘোষণা প্রধানমন্ত্রী মোদীৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।