প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘লতা দীননাথ মংগেশকাৰ’ বঁটা প্ৰদান

 04/25/2022 - 13:47
 
 
নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষ সন্মান। মোদীলৈ প্ৰদান কৰা হ'ল 'লতা দীননাথ মংগেশকাৰ' বঁটা। প্ৰথমবাৰলৈ প্ৰদান কৰা হ’ল এই বঁটা। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।