দেশত একেলগে বৃদ্ধি হ’ব ১৪৩ বিধ সামগ্ৰীৰ দাম...

 04/25/2022 - 15:48
 
 
নিউজ ডেস্কঃ দেশত একেলগে বৃদ্ধি হ’ব ১৪৩ বিধ সামগ্ৰীৰ দাম। কি কি সামগ্ৰীৰ দাম বাঢ়িব- চচমা, ৰঙীন টিভি, পাৱাৰবেংক, ৱালনাট, ইত্যাদি... ৯২ শতাংশ সামগ্ৰীত ২৮ শতাংশ GST বৃদ্ধি হ’ব৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।