দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব উদয় ইউ ললিত..

 04/25/2022 - 19:41
 
 
 
নিউজ ডেস্কঃ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব উদয় ইউ ললিত৷ ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব ন্যায়াধীশ এন ভি ৰামানাই৷ মাত্ৰ ৭৬ দিনত দেশে তিনিগৰাকী মুখ্য ন্যায়াধীশ লাভ কৰাৰ সম্ভাৱনা৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।