AAPত যোগদান নাওবৈচাৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰী

 05/16/2022 - 14:27

 


নিউজ ডেস্কঃ নাওবৈচাৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ AAPত যোগদান। ইতিমধ্যে AIUDFৰ পৰা পদত্যাগ কৰিছিল প্ৰাক্তন বিধায়কজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।