শ্ৰীলংকাত পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

 05/24/2022 - 18:41
 
 
নিউজ ডেস্কঃ শ্ৰীলংকাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৪২০ টকালৈ বৃদ্ধি৷ ডিজেলৰ দাম ৪০০ টকালৈ বৃদ্ধি৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।