দেশত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা

 06/10/2022 - 13:47
 
 
 
 
নিউজ ডেস্কঃ দেশত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা৷ ৰাজ্যসমূহলৈ কেন্দ্ৰৰ জৰুৰী নিৰ্দেশনা৷ ক’ভিডৰ গাইড লাইন মানি চলিবলৈ আহ্বান৷ ক’ভিড পৰীক্ষা বৃদ্ধি কৰিবলৈও নিৰ্দেশ৷ ৰাজ্যসমূহৰ স্বাস্থ্যবিভাগক যাৱতীয় ব্যৱস্হা গ্ৰহণ কৰিবলৈ নিৰ্দেশ৷যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৭৫৮৪ গৰাকী৷ মৃত্যুৰ সংখ্যা ২৪ গৰাকী৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।