বাবাৰ দেহত ক’ৰ পৰা আহিল ইমান সোণ?

 06/23/2022 - 18:32
 
 
নিউজ ডেস্কঃ প্ৰয়াত বাপ্পি লাহিড়ীতকৈও বেছি সোণ পিন্ধা কোন এইজন ব্যক্তি৷ তেওঁ থাকে কাণপুৰৰ কাকাদেৱ মন্দিৰত৷ বহুতেই তেওঁক কাণপুৰৰ বাপ্পি লাহিড়ী বুলি কয়। সাধাৰণ জনতাই তেওঁক গুগল গ’ল্ডেন বাবা বুলি কয়৷তেওঁৰ শৰীৰত থাকে চাৰি কিলোগ্ৰাম সোণ৷ভৰিত বেছিভাগ সময়ত থাকে ৰূপৰ জোতা। তেওঁ পিন্ধা সোণৰ মাস্কখনৰ ওজন ১০১ গ্ৰাম।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।