আজি অৰুণাচলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 11/19/2022 - 15:59

 

গহপুৰঃ আজি অৰুণাচলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুভ উন্মোচন কৰিলে অৰুণাচল প্ৰদেশৰ নৱ নিৰ্মাণ এয়াৰপৰ্ট। কটকটীয়া নিৰাপত্তা ব্যৱস্থ গঢ়ি তোলা হৈছে। এয়াৰপৰ্ট ৰ নাম দিছে donyi polo airport itangar।অৰ্থাৎ donyi মানে সূৰ্য্য polo মানে চন্দ্ৰ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।