নয়দাত ১,৬০ কোটি টকা জব্দ

 03/15/2019 - 15:00

ডিজিটেল ডেস্কঃ নিৰ্বাচনীৰ নিয়ম উলংঘা কৰি ৰাজনৈতিক পৰিকল্পনা নয়দাত। নয়দাৰ গৌতম বুদ্ধ নগৰত জব্দ কৰা হৈছে প্ৰায় ১.৬০ কোটি টকা।

উক্ত ধনখিনি বৃহস্পতিবাৰে নিশা দুখন বাহনৰ পৰা জব্দ কৰা হয়। নিয়মিত তালাচী অভিযানত ধনখিনি জব্দ কৰে আৰক্ষীয়ে। লগতে বিজয় কুমাৰ আৰু ৰাহুল নামৰ ব্যক্তি দুজনক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।