নগাঁৱত দ্বিনী শিক্ষা সজাগতা সভা

 07/08/2019 - 12:09

জুৰীয়াঃ সৰ্বভাৰতীয় দ্বিনী তালিম বৰ্ডৰ নিৰ্দেশত দেওবাৰে নগাঁৱৰ ৰূপহীহাট, জুৰীয়া আদিত দ্বিনী শিক্ষা সজাগতামূলক সমদল উলিওৱা হয়।

দেওবাৰে পুৱাৰ ভাগতেই ৰূপহীহাটৰ জুৰীয়া, কালিয়া, ডিংগা, ফুটালজাৰ আদি আঞ্চলিক দ্বিনী তালিম বৰ্ডৰ সহযোগত কেইবাটাও ছোৱাহী মোক্তাৱৰ প্ৰায় হাজাৰতকৈও অধিক ছাত্ৰ-ছাত্ৰী তথা শতাধিক আলিম-উমলামৰ লগতে দ্বিন দৰদী অভিভাৱক সকলে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।