আজি ছহিদ ভগত সিঙৰ মৃত্যু বাৰ্ষিকী

 03/23/2019 - 15:15

ডিজিটেল ডেস্ক: আজি ছহিদ ভগত সিঙৰ মৃত্যু বাৰ্ষিকী। ১৯৩১ চনৰ ২৩ মাৰ্চৰ দিনাই তেওঁক ফাঁচি দিয়া হৈছিল একমাত্র দেশপ্ৰেমৰ বাবেই। মাথোঁ ২৩বছৰ বয়সত দেশমাতৃৰ বাবে ইংৰাজৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিল এই বিপ্লৱীগৰাকী। তেওঁ ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আছিল।

দেশৰ স্বাধীনতা আন্দোলনৰ তেওঁ আছিল অন্যতম বিপ্লবী। তেওঁক ছহিদ-ঈ-আজম ভগৎ সিং নামেৰেও অভিহিত কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।