কলংপাৰ পেছেঞ্জাৰৰ পৰা ২৭০ লিটাৰ অবৈধ চুলাই মদ জব্দ

 07/17/2019 - 20:37

গুৱাহাটীঃ বুধবাৰে পুৱা প্ৰায় ৯ বজাত নামনিমুৱা কলংপাৰ পেছেঞ্জাৰ ৰে’লৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি প্ৰায় ২৭০ লিটাৰ অবৈধ  চুলাই মদ জব্দ কৰে।

ইতিমধ্যে চুলাইখিনি নষ্ট কৰি পেলাইছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।