কণ্ঠশিল্পী কৰৱী দাসৰ ৰহস্যজনক মৃত্যু

 08/07/2019 - 18:13

ডিজিটেল ডেস্কঃ কণ্ঠশিল্পী কৰৱী দাসৰ ৰহস্যজনক মৃত্যু।

চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ।

গুৱাহাটীৰ শ্ৰীমন্তপুৰত সংঘটিত হৈছে এই ঘটনা।

মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।