তিতাবৰৰ কাকডোঙা নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

 08/08/2019 - 19:15

তিতাবৰঃ তিতাবৰ মোহণাটিঙত চাঞ্চল্য। কাকডোঙা নদীত উদ্ধাৰ কৰা হৈছে পুৰুষৰ মৃতদেহ।

বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।