আঠখেলিয়া নামঘৰত ভক্তপ্ৰান ৰাইজৰ সোঁত

 08/19/2019 - 14:44

গোলাঘাটঃ আজি পবিত্ৰ ভাদ মাহৰ প্ৰথম দিন। ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগেই গোলাঘাটৰ আঠখেলিয়া নামঘৰত আৰম্ভ হৈছে নাম-প্ৰসংগ। ভাদ মাহৰ প্ৰতিটো দিনাই সমগ্ৰ ৰাজ্যৰ লগতে ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰান ৰাইজৰ সোঁত বয় আঠখেলিয়া নামঘৰত৷

আজি ভাদ মাহৰ প্ৰথম দিনটোতে নামঘৰত ভক্তপ্ৰান ৰাইজে বিভিন্ন নৈবেদ্য আগবঢ়াই নাম প্ৰসংগত অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।