বজালীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

 09/11/2019 - 12:50

বজালী: যোৱাকালি নিশা বজালীৰ ভৱানীপুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গাখীৰ কঢ়িওৱা গাড়ীৰ সৈতে ডাম্পাৰৰ সংঘৰ্ষত থিতাতে এজন লোক নিহত হয়।

নিহত জন কয়াকূছিৰ বুনবাহাৰ গাওঁৰ জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে। দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।